মুছলমান ধৰ্মাৱলম্বীৰ পৱিত্ৰ পৰ্ব মহৰম উপলক্ষে ২০ আগষ্টত অৰ্ধছুটী ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। চৰকাৰী বন্ধসূচী অনুসৰি এই দিনটো ১৯ আগষ্ট আছিল যদিও আজি ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৰাজ্যিক হিলাল কমিটীৰ সিদ্ধান্তৰ ভিত্তিত ১৯ আগষ্টৰ পৰিৱৰ্তে ২০ আগষ্টত মহৰমৰ চৰকাৰী অৰ্ধছুটী ঘোষণা কৰা হয়া
উল্লেখ্য, মহৰম একেশ্বৰবাদী মুছলমান লোকসকলৰ এটি পৱিত্ৰ পৰ্ব, ইছলামিক বৰ্ষপঞ্জীৰ প্ৰথম মাহত পালন কৰা হয়৷
No comments:
Post a Comment